Happy New Year Quotes in Assamese || নতুন বছৰৰ শুভেচ্ছা বাণী

    

Source : Pixabay


                            আজিৰ এই প্ৰবন্ধটোত আমি আপোনালোকক নববৰ্ষৰ কেইটামান বিখ্যাত বাণী অৱগত কৰিম, যি নিজৰ বাবেই জ্ঞানৰ ভঁৰাল। এই বাণী কেইটাই আপোনাৰ নববৰ্ষ উজ্বলাই তুলিব বুলি আশা ৰাখিছোঁ । এই বাণী কেইটা আপুনি আপোনাৰ মা - দেউতা, শিক্ষক - শিক্ষয়িত্ৰী, দাদা - বাইদেউ, খুৰা - খুৰী, ভাইটি - ভন্টি সকলোৰে লগত আদান-প্ৰদান কৰিব পাৰিব । তেনেহলে, আজিৰ এই প্ৰবন্ধটো আৰম্ভ কৰোঁ আহক ।


নতুন বছৰৰ শুভেচ্ছা বাণী 2023



1. .নতুন আশা, নতুন প্ৰাণ । নতুন হাঁহি নতুন গান । নতুন পুৱা নতুন পোহৰ । সুখৰ হওঁক আপোনালোকৰ নতুন বছৰ ।




2.নতুন চিন্তাৰে নতুন উদ্যমেৰে সকলো যাওঁক আগবাঢ়ি । নতুন বছৰত জনাওঁ সকলোলৈকে শুভেচ্ছাৰ বাণী ।



Happy New Year Quotes in Assamese



3. কষ্ট, দুখ, ভয় এইবোৰ সকলো যাওঁক পাহৰি । নতুন বছৰটো সকলোৰে লগত প্ৰাণ খুলি আনন্দেৰে থাকক হাঁহি ।




4. প্ৰতিটো বছৰেই নতুন আৰু দুঃসাহসিক অভিযানৰ আশা ৰখা এক উপহাৰ । আপোনাৰ নতুন বছৰটো ভৰপূৰ হওঁক অন্বেষণৰ সৈতে আৱিষ্কাৰ।




5. নতুন বছৰৰ শুভেচ্ছা জনালোঁ । আশা কৰোঁ নতুন বছৰৰ প্ৰতিটো পলেই স্মৰণীয় হৈ ৰওঁক ।




বি:দ্ৰ : আমাৰ এই প্ৰবন্ধটো পঢ়ি কেনেকুৱা লাগিল, কমেন্টত জনাব আৰু যদি এই প্ৰবন্ধটো ভাল লাগিল, তেন্তে নিশ্চিতভাৱে বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। এনেধৰণৰ অধিক তথ্যৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। যদি আপুনি এই প্ৰবন্ধটোৰ সৈতে জড়িত যিকোনো ধৰণৰ পৰামৰ্শ দিব বিচাৰে বা যদি আপুনি আমাক আন কোনো প্ৰবন্ধৰ বাবে কিবা পৰামৰ্শ দিব বিচাৰে তেন্তে নিশ্চয় আমাক কমেণ্ট কৰক।



Post a Comment

0 Comments